Browsing Category
অসম
বৰপানীৰ পিছত এইবাৰ লুটুমাৰীত উচ্ছেদ – প্ৰায় ৩০০ পৰিয়াল উচ্ছেদৰ সন্মুখীন
বৰপানী বনাঞ্চলৰ ৩১৬ টা পৰিয়ালক উচ্ছেদ কৰাৰ পিছতে আজি লুটুমাৰীত প্ৰায় ৩০০ টা পৰিয়ালৰ ওপৰত উচ্ছেদ অভিযান।
!-->!-->!-->…
‘এয়া ৰাজনৈতিক স্বাৰ্থ নহয়, ন্যায়ৰ সংগ্ৰাম’- অখিল গগৈৰ হুংকাৰ
আজি জুবিন ক্ষেত্ৰত শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে এক গুৰুত্বপূৰ্ণ সংবাদমেল সম্বোধন কৰে। জুবিন হত্যা গোচৰত অভিযুক্তই!-->…
GMCHত যুৱতীক যৌন নিৰ্যাতনৰ অভিযোগ! ভঙাগড় আৰক্ষীৰ জালত চিকিৎসক ঋষিকেশ অধিকাৰী
গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত (GMCH) এগৰাকী যুৱতীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত এগৰাকী চিকিৎসকক আটক কৰা!-->…
গৃহ বিভাগৰ ব্যৰ্থতাৰ অভিযোগ অসম মাতৃভূমি দলৰ
জুবিন গাৰ্গ হত্যাকাণ্ডৰ মূল অভিযুক্ত অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গৰ জামিনক লৈ সৰৱ হৈছে অসম মাতৃভূমি দল। দলৰ!-->…
বেংগালুৰুত নৱ-নিৰ্মিত অসম ভৱন মুকলি, উদ্বোধন কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব…
শুকুৰবাৰে বেংগালুৰুত নৱ-নিৰ্মিত অসম ভৱনৰ দুৱাৰ মুকলি হ'ল। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে!-->…
এই ৰায় মানি ল’ব নোৱাৰি: গৰিমা গাৰ্গ
প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত সন্দীপন গাৰ্গ আৰু অমৃতপ্ৰভা মহন্তই জামিন লাভ কৰা ঘটনাক লৈ তীব্ৰ!-->…
ড্ৰাগছ মুক্ত অসমৰ দিশত ডাঙৰ পদক্ষেপ, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ অভিনন্দন
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অসম আৰক্ষীৰ মাদক দ্ৰব্য বিৰোধী লাগাতাৰ অভিযানক প্ৰশংসা কৰিছে। ড্ৰাগছ সৰবৰাহকাৰীৰ!-->…
অৱশেষত অন্ত পৰিল ৰাইজৰ দলৰ অনিৰ্দিষ্টকালীন ধৰ্মঘট, চৰকাৰৰ আশ্বাসৰ পিছত অখিল গগৈৰ…
অৱশেষত অন্ত পৰিল ৰাইজৰ দলৰ অনিৰ্দিষ্টকালীন অৱস্থান ধৰ্মঘট।
যোৱা ১৯ জুলাইৰ বিধ্বংসী বানে শিৱসাগৰ, যোৰহাট আৰু!-->!-->!-->…
অপশক্তিৰ বিৰুদ্ধে তেজপুৰত বিজেপিৰ মহা সমদল, ২০ হাজাৰ যুৱ কৰ্মীৰ অংশগ্ৰহণ
তেজপুৰত বিজেপিৰ বিশাল জনজাগৰণ সমদল, দেশবিৰোধী শক্তিৰ বিৰুদ্ধে হুংকাৰ মন্ত্ৰী অশোক সিংহালৰ
তেজপুৰ: শোণিতপুৰ জিলা!-->!-->!-->…
চিলনী চোৰক আৰক্ষীৰ গুলীচালনা সন্দৰ্ভত GMCH অধীক্ষকৰ মন্তব্য
গুৱাহাটী মহানগৰীত পুনৰ আৰক্ষীৰ গুলীচালনাৰ ঘটনা। কাহিলীপাৰাত দুই চিলনী চোৰক লক্ষ্য কৰি আৰক্ষীয়ে গুলীচালনা কৰে।
!-->!-->!-->…