Your Mic Your Voice

উজনি অসমত বান পীড়িতৰ কাষত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা; পৰ্যাপ্ত সহায়-সহযোগিতা…

উজনি অসমত বানে পৰিগ্ৰহ কৰিছে ভয়ংকৰ ৰূপ । বুধবাৰে উজনি অসমৰ এই বান পৰিস্থিতিলৈ লক্ষ্য ৰাখি চৰাইদেউ জিলাত উপস্থিত হয়…

ছিকিমত সুৰংগ দুৰ্ঘটনাত মৃত্যু অসমৰ শ্ৰমিকৰ ; বৰ্তমানেও অব্যাহত উদ্ধাৰ অভিযান

ছিকিমত শোকাৱহ ঘটনা । ছিকিমৰ নামচি জিলাৰ ঝোলুংগেৰ সমৰদঙত নিৰ্মাণৰত সুৰংগ মঙলবাৰৰ পুৱতি নিশা খহি পৰাৰ ফলত কেবাজনো…

নামভৰ্তিৰ মাচুল বৃদ্ধি: বিশ্বনাথ মহাবিদ্যালয়ত ছাত্ৰ সমাজৰ উত্তাল প্ৰতিবাদ

বিশ্বনাথ মহাবিদ্যালয়, অসম চৰকাৰ আৰু শিক্ষা বিভাগৰ শেহতীয়া নামভৰ্তি নীতিৰ বিৰুদ্ধে বিশ্বনাথ মহাবিদ্যালয়ত উত্তাল…

ৰাজ্যৰ বান পৰিস্থিতিলৈ লক্ষ্য ৰাখি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে স্থগিত কৰিলে…

গুৱাহাটীৰ চচলৰ ধৰ্ণাস্থলীত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ৰূপায়ণ কৰা অনিৰ্দিষ্টকালীন ধৰ্মঘট কাৰ্যসূচী সাময়িকভাৱে…

উজনিৰ বান পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্য আজি যোৰহাটত উপস্থিত হ’ব সাংসদ গৌৰৱ…

ৰাজ্যৰ বিভিন্ন চহৰ তথা পৌৰ নিগম আৰু পৌৰসভা এলেকাত সৃষ্টি হোৱা ভয়াৱহ কৃত্ৰিম বান আৰু জলমগ্ন সমস্যাৰ বুজ ল’বলৈ অসম…

প্ৰশ্নকাকত ফাদিলৰ সৈতে জড়িতসকলৰ বিৰুদ্ধে গ্ৰহণ কৰা হ’ব কঠোৰ ব্যৱস্থা:…

NEET-UG ৰ প্ৰশ্ন কাকত ফাদিল সন্দৰ্ভত অৱশেষত প্ৰতিক্ৰিয়া প্ৰকাশ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ । প্ৰধানমন্ত্ৰী…

প্ৰয়োজন নহ’লে নোলাব ঘৰৰ পৰা; প্ৰশাসনে জাৰি কৰিলে বিশেষ নিৰ্দেশনা

বিগত কেইবাদিনো ধৰি অব্যাহত থকা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যত বানে ধাৰণ কৰিছে ভয়াৱহ ৰূপ । বিভিন্ন প্ৰান্তৰ…
Translate »