• Home  
  • আজিৰ দিনটোৰ শীৰ্ষ বাতৰি
- Uncategorized

আজিৰ দিনটোৰ শীৰ্ষ বাতৰি

উজনিত বানৰ সংহাৰী ৰূপঅন্ন-বস্ত্ৰ-বাসস্থানৰ অভাৱত বন্যাৰ্তৰ বিননি NEET-UGৰ প্ৰশ্ন কাকত ফাদিলক লৈ প্ৰধানমন্ত্ৰীৰ প্ৰতিক্ৰিয়া প্ৰকাশপ্ৰশ্ন কাকত ফাদিলকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ আশ্বাস প্ৰধানমন্ত্ৰীৰ নাগৰিকপঞ্জী সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য উচ্চতম ন্যায়ালয়ৰNRC ৰ বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ আদালতৰ পলাশবাৰীত স্থাপন হোৱা IIM ৰ আনুষ্ঠানিক পাঠদানৰ শুভাৰম্ভণি কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ বান‌ পৰিস্থিতিৰ বাবে চচলত […]

উজনিত বানৰ সংহাৰী ৰূপ
অন্ন-বস্ত্ৰ-বাসস্থানৰ অভাৱত বন্যাৰ্তৰ বিননি

NEET-UGৰ প্ৰশ্ন কাকত ফাদিলক লৈ প্ৰধানমন্ত্ৰীৰ প্ৰতিক্ৰিয়া প্ৰকাশ
প্ৰশ্ন কাকত ফাদিলকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ আশ্বাস প্ৰধানমন্ত্ৰীৰ

নাগৰিকপঞ্জী সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য উচ্চতম ন্যায়ালয়ৰ
NRC ৰ বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ আদালতৰ

পলাশবাৰীত স্থাপন হোৱা IIM ৰ আনুষ্ঠানিক পাঠদানৰ শুভাৰম্ভণি কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই


ৰাজ্যৰ বান‌ পৰিস্থিতিৰ বাবে চচলত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ধৰ্মঘট সাময়িকভাৱে স্থগিত

সোণম ৱাংচুকৰ প্ৰতি সমৰ্থন জনাই আৰম্ভ কৰিছিল এই কাৰ্যসূচীৰ

Locate us

Balaji Arcade 2nd floor, Lokhra Road. Jyotikuchi, Guwahati. Assam, 781040

Mahabahu Media & Solutions
@2026. All Rights Reserved.