Browsing Category
দেশ – বিদেশ
ড্ৰোনৰ আঘাতৰ পৰা কথমপি ৰক্ষা জেলেনস্কিৰ বিমান
ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভল’ডিমিৰ জেলেনস্কিক কঢ়িয়াই নিয়া বিমান এখন ড্ৰোনৰ আঘাতৰ পৰা কথমপি ৰক্ষা পৰে। নৰৱেৰ!-->…
আশীৰ দশকলৈ উভতিল অসম
গুৱাহাটী: সময় যেন আকৌ ৪০ বছৰ পিছুৱাই গ’ল। চুলি আশীৰ দশকৰ, পোছাকো সেই সময়ৰ, চকুত ৰেট্ৰ’ ছানগ্লাছ আৰু ফটোৰ!-->…
গুৱাহাটী বিশ্ববিদ্যালয়ত ১১০ কোটি টকাৰ আন্তঃগাঁথনি প্ৰকল্পৰ আধাৰশিলা
গুৱাহাটী: গুৱাহাটী বিশ্ববিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ১১০ কোটি টকা ব্যয়সাপেক্ষ কেইবাটাও প্ৰকল্পৰ আজি!-->…
শিক্ষা-স্বাস্থ্যৰ উন্নয়নেৰে বিকশিত অসমৰ দিশত আগুৱাই যোৱাৰ আহ্বান উপ-ৰাষ্ট্ৰপতিৰ
গীতানগৰ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী আৰু SSUHSৰ সমাৱৰ্তনত অংশগ্ৰহণ চি পি ৰাধাকৃষ্ণনৰ
গুৱাহাটী: শিক্ষা আৰু!-->!-->!-->…
ছোৱালী সহপাঠীৰ সৈতে বন্ধুত্বৰ বিবাদক লৈ নৱম শ্ৰেণীৰ ছাত্ৰক ছুৰিকাঘাত
নতুন দিল্লী: ছোৱালী সহপাঠীৰ সৈতে বন্ধুত্বক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিবাদৰ ভয়ংকৰ পৰিণতিত দিল্লীৰ নাংলৈত ১৫ বছৰীয়া!-->…
জন্মাষ্টমীৰ মূল সময় কেতিয়া? আজি নিশা এই সময়তে হ’ব শ্ৰীকৃষ্ণৰ জন্মোৎসৱ
আজি পবিত্ৰ কৃষ্ণ জন্মাষ্টমী। সমগ্ৰ দেশৰ লগতে অসমতো ভক্তি আৰু ধৰ্মীয় পৰম্পৰাৰে উদযাপন কৰা হৈছে ভগৱান শ্ৰীকৃষ্ণৰ!-->…
‘মন কী বাত’ ত ‘ভোকেল ফৰ লোকেল’ প্ৰসংগ উত্থাপন মোডীৰ
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি 'মন কী বাত'ত দেশৰ যুৱপ্ৰজন্মক নিচামুক্তি অভিযানৰ উপৰিও লোকেল ফৰ ভোকেল সহ!-->…
জিম ট্ৰেইনাৰৰ হাতত প্ৰাণ গ’ল ২১ বছৰীয়া মুস্কানৰ, কিন্তু কিয় ?
বন্ধ কোঠাৰ ভিতৰত জিম ট্ৰেইনাৰৰ হাতত এগৰাকী ২১ বছৰীয়া যুৱতীয়ে প্ৰাণ হেৰুৱাবলীয়া হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি!-->…
আকৌ বিমান দুৰ্ঘটনা, কানপুৰত দুজন পাইলটৰ মৃত্যু
দেশত পুনৰ সংঘটিত হ’ল ভয়ংকৰ বিমান দুৰ্ঘটনা। এইবাৰ উত্তৰ প্ৰদেশৰ কানপুৰত প্ৰশিক্ষণৰত এখন বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ!-->…
জন্মদিন খাবলৈ গৈ নাহিল ঘূৰি, প্ৰাণ হেৰুৱালে ৬জন লোকে
অন্ধ্ৰপ্ৰদেশৰ পলনাডু জিলাত বুধবাৰে মাজনিশা সংঘটিত হৈছে এক শোকাৱহ পথ দুৰ্ঘটনা। এখন বাছ আৰু অটোৰিক্সাৰ মাজত হোৱা!-->…