Browsing Category
অসম
গুৱাহাটী দিশপুৰৰ জলসিঞ্চন বিভাগত মন্ত্ৰী পীযুষ হাজৰীকাৰ হঠাৎ আকস্মিক পৰিদৰ্শন
বুধবাৰে পুৱাৰ ভাগতে দিছপুৰৰ জলসিঞ্চন বিভাগৰ কাৰ্যালয়ত আকস্মিকভাৱে উপস্থিত হয় মন্ত্ৰী পীযূষ হাজৰিকা।
কাৰ্যালয়!-->!-->!-->…
ভেটাপাৰাত গড়চুক আৰক্ষীৰ বৃহৎ অভিযান, ব্ৰহ্মপুত্ৰ হাউছিঙৰ ফ্লেটৰ পৰা ৮২ টা মোবাইল…
গুৱাহাটী মহানগৰীত পুনৰ বৃহৎ চাইবাৰ অপৰাধৰ পৰ্দাফাঁস। মহানগৰ আৰক্ষীৰ গড়চুক থানাৰ আৰক্ষীয়ে আজি ভেটাপাৰাৰ!-->…
নিমিষা হত্যাকাণ্ডৰ মূল অভিযুক্ত আছিক আলীক আৰক্ষীৰ এনকাউণ্টাৰ! পলায়নৰ চেষ্টা…
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী নিমিষা ঠাকুৰীয়া হত্যাকাণ্ডৰ মূল অভিযুক্ত আছিক আলী আৰক্ষীৰ এনকাউণ্টাৰত আহত।
!-->!-->!-->…
ক্ষেত্ৰীত ভয়ংকৰ দুৰ্ঘটনা: বেৰিয়াৰত প্ৰচণ্ড খুন্দা, একে পৰিয়ালৰ ৩ জনৰ কৰুণ…
মঙলবাৰে গুৱাহাটী-জাগীৰোড ঘাইপথৰ ক্ষেত্ৰীত সংঘটিত এক মৰ্মান্তিক পথ দুৰ্ঘটনাত একেটা পৰিয়ালৰে ৩ জন লোক থিতাতে নিহত!-->…
পুৱাই ভোটাধিকাৰ সাব্যস্ত কৰিলে মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে, ক’লে-…
৯নং নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ আজি পুৱা ৭ বজাৰ পৰা শান্তিপূৰ্ণভাৱে আৰম্ভ হৈছে। সমষ্টিটোৰ অন্তৰ্গত!-->…
শ্যামকানুসহ কোনো অভিযুক্তই জামিন পাব নালাগে: গৰিমা গাৰ্গ
জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্তৰ জামিনৰ ওপৰত আদালতে এক মাহৰ বাবে স্থগিতাদেশ দিছে। এই সন্দৰ্ভত!-->…
কাইলৈ নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনঃ নিৰ্ণয় হ’ব ১৫ গৰাকী প্ৰাৰ্থীৰ ভাগ্য
অসমৰ ৰাজনীতিৰ বাবে অতি গুৰুত্বপূৰ্ণ দিন কাইলৈ। কাইলৈ ৬ অক্টোবৰত অনুষ্ঠিত হ'ব নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচন। এই!-->…
উচ্চতম ন্যায়ালয়ত আজিও সকাহ নাপালে শ্যামকানু মহন্তই, নৱেম্বৰৰ প্ৰথম সপ্তাহলৈ…
বহু চৰ্চিত গোচৰৰ অভিযুক্ত শ্যামকানু মহন্তই আজিও উচ্চতম ন্যায়ালয়ত সকাহ লাভ কৰিবলৈ সক্ষম নহ'ল। আজি উচ্চতম!-->…
“কেৱল ক্ৰেডিটৰ ৰাজনীতি!” – অখিল গগৈক মুখ্যমন্ত্ৰীৰ কটাক্ষ
বানপীড়িতৰ সাহায্যৰ দাবীত বিধায়ক অখিল গগৈয়ে চলাই থকা প্ৰতিবাদক লৈ কঠোৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড°!-->…
গুৱাহাটীৰ ট্ৰেফিক আৰক্ষীলৈ ৫০ খন নতুন বাইক – এতিয়া যান-জঁটত আৰু তীব্ৰ…
দিছপুৰৰ লোকসেৱা ভৱনত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে!-->…