Your Mic Your Voice
Browsing Category

অসম

হিমাশ্ৰী কাণ্ডত ডাঙৰ পদক্ষেপ: অন্ধ্ৰপ্ৰদেশলৈ প্ৰেৰণ IGP, কি ক’লে মুখ্যমন্ত্ৰীয়ে?

হিমাশ্ৰী বড়োৰ মৃত্যুৰ ঘটনাই ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰাৰ মাজতে আজি হিমাশ্ৰীৰ বাসগৃহত উপস্থিত হয় মুখ্যমন্ত্ৰী…

গুৱাহাটীৰ ABC পইণ্টত পুৱতি নিশা বিধ্বংসী অগ্নিকাণ্ড, জ্বলি ছাই লাখ-লাখ টকাৰ…

গুৱাহাটী মহানগৰীৰ মাজমজিয়াত থকা ABC পইণ্টত পুৱতি নিশা সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড। ORION PALACE নামৰ অভিজাত…

নগাঁৱত বিজেপিৰ বৃহৎ বিজয়ৰ পিছত কংগ্ৰেছক তীব্ৰ সমালোচনা মন্ত্ৰী পীযুষ হাজৰিকাৰ

কংগ্ৰেছ দলে সদায় ৰাইজক প্ৰতাৰণা কৰি আহিছে। বিশেষকৈ সংখ্যালঘু ৰাইজক কংগ্ৰেছে সদায় ব্লেকমেইল কৰি ৰাজনীতি কৰি…

ধুবুৰীত শিল্পীৰ চমক! ৭ হাজাৰ কলমেৰে গঢ়িলে মা দুৰ্গাৰ অপূৰ্ব প্ৰতিমা

পূজাৰ প্ৰাকমুহূৰ্তত ধুবুৰীৰ শিল্পজগতত দেখা গৈছে অভিনৱ চমক। বিশিষ্ট শিল্পী প্ৰদীপ কুমাৰ ঘোষে এইবাৰ এক ব্যতিক্ৰমী…

ধিঙত অংগনৱাড়ী কৰ্মীক সন্মান, মুখ্যমন্ত্ৰীৰ ১০০০ টকাৰ উপহাৰ

প্ৰধানমন্ত্ৰীৰ ২৫ বছৰীয়া ৰাজনৈতিক যাত্ৰা উপলক্ষে ধিঙত বিশেষ কাৰ্যসূচী। অংগনৱাড়ী কৰ্মী-সহায়িকাক সম্বৰ্ধনা,…

বহিঃৰাজ্যত হিমাশ্ৰীৰ কৰুণ মৃত্যুঃ ৰে’লমন্ত্ৰী, অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰীলৈ হিমন্ত…

গুৱাহাটীৰ বি.বৰুৱা কলেজৰ ছাত্ৰী হিমাশ্ৰী বড়োৰ ৰহস্যজনক মৃত্যুৰ ঘটনাই ৰাজ্য জোকাৰি গৈছে। বিশাখাপট্টনমৰ পৰা ঘৰলৈ…

পাঠশালা ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত সেৱা সংকল্প অভিযানৰ অধীনত বক্তৃতা প্ৰতিযোগিতা

সেৱা সংকল্প অভিযান ২০২৬ৰ অংশ হিচাপে আজি পাঠশালা ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত এক বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত হয়। …

ছাত্ৰ-ছাত্ৰীলৈ ডাঙৰ খবৰ! হাইস্কুল শিক্ষান্ত পৰীক্ষা ২০২৭ৰ ফৰ্ম ফিলাপ কেতিয়াৰ পৰা?

গুৱাহাটী: ২০২৭ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে প্ৰ-পত্ৰ পূৰণৰ দিনাংক ঘোষণা কৰিছে অসম ৰাজ্যিক বিদ্যালয়…
Translate »