হৃদয় বিদাৰক! স্কুলৰ ছাদ খহি প্ৰাণ গ’ল ২৯ টা কণমানিৰ
পাকিস্তানৰ খাইবাৰ পাখতুনখোৱা প্ৰদেশত এক মৰ্মান্তিক দুৰ্ঘটনা। প্ৰদেশখনৰ ৰাজধানী পেছাৱৰত বৃহস্পতিবাৰে এখন ব্যক্তিগত!-->…
চিলনী চোৰক আৰক্ষীৰ গুলীচালনা সন্দৰ্ভত GMCH অধীক্ষকৰ মন্তব্য
গুৱাহাটী মহানগৰীত পুনৰ আৰক্ষীৰ গুলীচালনাৰ ঘটনা। কাহিলীপাৰাত দুই চিলনী চোৰক লক্ষ্য কৰি আৰক্ষীয়ে গুলীচালনা কৰে।
!-->!-->!-->…
আৰামকোৰ মুখ্য কাৰ্যালয়ত হুথিৰ আক্ৰমণ, ইৰাণৰ সমৰ্থনৰ অভিযোগ
ইৰাণ সমৰ্থিত হুথি বিদ্ৰোহীয়ে চৌদি আৰৱৰ ৰাষ্ট্ৰীয় তেল কোম্পানী আৰামকোৰ মুখ্য কাৰ্যালয়ত মিছাইল আক্ৰমণ চলোৱা বুলি!-->…
উচ্চতম ন্যায়ালয়ে কয়, ধৰ্মান্তৰকৰণে স্বয়ংক্ৰিয়ভাৱে সংৰক্ষণৰ সুবিধা নিদিয়ে
উচ্চতম ন্যায়ালয়ে বৃহস্পতিবাৰে (১৫ অক্টোবৰ, ২০২৬) এক গুৰুত্বপূৰ্ণ ৰায়দানত স্পষ্ট কৰি দিছে যে হিন্দু ধৰ্মৰ পৰা আন!-->…
শাৰদীয় দুৰ্গা পূজাৰ পূৰ্বে কঠোৰ হ’ল প্ৰশাসন, পূজা কমিটীৰ বাবে নতুন SOP জাৰি
দুৰ্গা পূজাৰ বাবে সাজু হৈছে ৰাজ্য। কিন্তু এইবাৰ পূজা কমিটীসকলে অলপ সাৱধান হোৱাটো জৰুৰী, কাৰণ প্ৰশাসনে জাৰি কৰিছে!-->…
CJP ৰ দীপকেৰ ‘দেশপ্ৰেমিক’ সকলক ১৬ অক্টোবৰত ত্ৰিৰংগা হাতত লৈ দিল্লীত…
অভিজিৎ দীপকে সমৰ্থকসকলক অহা ১৬ অক্টোবৰ, শুকুৰবাৰে সন্ধিয়া ৫ বজাত দিল্লীৰ কনট প্লেচৰ চেণ্ট্ৰেল পাৰ্কত ত্ৰিৰংগা!-->…
মুখ্যমন্ত্ৰীৰ আশ্বাস, কাইলৈ অনশন ভংগ কৰিব অখিল গগৈয়ে
উজনি অসমৰ বানপীড়িতৰ ক্ষতিপূৰণকে ধৰি কেইবাটাও দাবীত দিছপুৰৰ বিধানসভা চৌহদত চলি থকা ১৪ দিনীয়া সত্যাগ্ৰহ অৱশেষত!-->…
প্ৰতিবাদকাৰী ছাত্ৰৰ বাটত বাধা নিদিব, তেওঁলোক ভাৰতৰ কণ্ঠস্বৰ: প্ৰধানমন্ত্ৰী মোদীক…
নতুন দিল্লী: প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীৰ পথত বাধাৰ সৃষ্টি নকৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আহ্বান জনালে লোকসভাৰ!-->…
সৰুপেটাত ১০১ সংখ্যক সাৰ্বজনীন দুৰ্গা পূজাৰ ব্যাপক প্ৰস্তুতি
সৰুপেটা সাৰ্বজনীন দুৰ্গা পূজাই এইবেলি ১০১ সংখ্যক বৰ্ষত ভৰি দিছে। এই ঐতিহাসিক ক্ষণক লৈ সৰুপেটা দুৰ্গা পূজা উদযাপন!-->…
যন্তৰ-মন্তৰ প্ৰতিবাদৰ বাবে চিজেপিৰ নেতা সৌৰৱ দাস, আশুতোষ ৰাংকাক পাঁচ দিনৰ ন্যায়িক…
যন্তৰ-মন্তৰত অবৈধভাৱে প্ৰৱেশ কৰাৰ অভিযোগত Cockroach Janta Party (CJP) ৰ দুই জ্যেষ্ঠ নেতা সৌৰৱ দাস আৰু আশুতোষ!-->…