• Home  
  • আজিৰ দিনটোৰ ৫ টা শীৰ্ষ বাতৰি
- Uncategorized

আজিৰ দিনটোৰ ৫ টা শীৰ্ষ বাতৰি

শিক্ষাৰ্থীৰ প্ৰতিবাদত সেও মানি কেন্দ্ৰীয় শিক্ষামন্ত্ৰী পদৰ পৰা পদত্যাগ ধৰ্মেন্দ্ৰ প্ৰধানৰ ৰাষ্ট্ৰপতিলৈ পদত্যাগ পত্ৰ‌ প্ৰেৰণ শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টেলিফোনযোগে পুনৰ বুজ ল’লে অসমৰ বান পৰিস্থিতিৰসামাজিক মাধ্যমযোগে এই কথা জনায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উজনিৰ শিৱসাগৰ জিলাত অপৰিৱৰ্তিত বান পৰিস্থিতিপূৰ্বতকৈ পানী কমিলেও দুদৰ্শাৰ অন্ত পৰা নাই বানাক্ৰান্তৰ উজনিৰ বানাক্ৰান্তলৈ ১ কোটি টকাৰ সাহাৰ্য ঘোষণা মোস্তাক […]

শিক্ষাৰ্থীৰ প্ৰতিবাদত সেও মানি কেন্দ্ৰীয় শিক্ষামন্ত্ৰী পদৰ পৰা পদত্যাগ ধৰ্মেন্দ্ৰ প্ৰধানৰ
ৰাষ্ট্ৰপতিলৈ পদত্যাগ পত্ৰ‌ প্ৰেৰণ

শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টেলিফোনযোগে পুনৰ বুজ ল’লে অসমৰ বান পৰিস্থিতিৰ
সামাজিক মাধ্যমযোগে এই কথা জনায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

উজনিৰ শিৱসাগৰ জিলাত অপৰিৱৰ্তিত বান পৰিস্থিতি
পূৰ্বতকৈ পানী কমিলেও দুদৰ্শাৰ অন্ত পৰা নাই বানাক্ৰান্তৰ

উজনিৰ বানাক্ৰান্তলৈ ১ কোটি টকাৰ সাহাৰ্য ঘোষণা মোস্তাক আনফৰৰ
ৰাজ্যিক জমিয়তৰ সভাপতি মোস্তাক

উজনিৰ বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৬২ জনলৈ বৃদ্ধি
মুখ্যমন্ত্ৰীয়ে X যোগে প্ৰকাশ কৰিলে এই পৰিসংখ্যা

Locate us

Balaji Arcade 2nd floor, Lokhra Road. Jyotikuchi, Guwahati. Assam, 781040

Mahabahu Media & Solutions
@2026. All Rights Reserved.