Your Mic Your Voice

সংবাদ মাধ্যমৰ বাতৰিৰ ওপৰত ভিত্তি কৰি জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে লোৱা নহ’ব ব্যৱস্থাঃ…

আজি মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰক লৈ উচ্চতম ন্যায়ালয়ত গুৰুত্বপূৰ্ণ শুনানি অনুষ্ঠিত হয়। ন্যায়ালয়ে…

কাইলৈ নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনঃ নিৰ্ণয় হ’ব ১৫ গৰাকী প্ৰাৰ্থীৰ ভাগ্য

অসমৰ ৰাজনীতিৰ বাবে অতি গুৰুত্বপূৰ্ণ দিন কাইলৈ। কাইলৈ ৬ অক্টোবৰত অনুষ্ঠিত হ'ব নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচন। এই…

উচ্চতম ন্যায়ালয়ত আজিও সকাহ নাপালে শ্যামকানু মহন্তই, নৱেম্বৰৰ প্ৰথম সপ্তাহলৈ…

বহু চৰ্চিত গোচৰৰ অভিযুক্ত শ্যামকানু মহন্তই আজিও উচ্চতম ন্যায়ালয়ত সকাহ লাভ কৰিবলৈ সক্ষম নহ'ল। আজি উচ্চতম…

এছিয়ান গেমছত ইতিহাস: হকী খেলুৱৈ লালৰেমছিয়ামী আৰু লালথান্টলুৱাংলৈ ২৫ লাখকৈ…

এছিয়ান গেমছত ৪৪ বছৰৰ পিছত ভাৰতীয় মহিলা হকী দলে স্বৰ্ণ জয় কৰি ইতিহাস ৰচাৰ পিছত মিজোৰামত উৎসৱৰ পৰিৱেশ। এই…

২০০৬ৰ দুৰ্নীতিৰ অভিযোগত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে দুৰ্নীতি…

তিৰুৱনন্তপুৰম:দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত (CEC) জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে ২০ বছৰ পুৰণি এক গুৰুতৰ দুৰ্নীতিৰ অভিযোগত…

“কেৱল ক্ৰেডিটৰ ৰাজনীতি!” – অখিল গগৈক মুখ্যমন্ত্ৰীৰ কটাক্ষ

বানপীড়িতৰ সাহায্যৰ দাবীত বিধায়ক অখিল গগৈয়ে চলাই থকা প্ৰতিবাদক লৈ কঠোৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড°…

BSF ৰ গুলীত ২ জনৰ মৃত্যু – ভাৰত-পাকিস্তানে পৰস্পৰৰ কূটনীতিবিদক তলব

পঞ্জাৱৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত সংঘটিত গুলীচালনাৰ ঘটনাক কেন্দ্ৰ কৰি ভাৰত আৰু পাকিস্তানৰ মাজত পুনৰ কূটনৈতিক…

গুৱাহাটীৰ ট্ৰেফিক আৰক্ষীলৈ ৫০ খন নতুন বাইক – এতিয়া যান-জঁটত আৰু তীব্ৰ…

দিছপুৰৰ লোকসেৱা ভৱনত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে…

৮০ বছৰীয়া জন্মদিনত গ্ৰন্থ প্ৰকাশ ঢকুৱাখনাৰ শিক্ষাবিদ তুলসী প্ৰসাদ শইকীয়াৰ

অবসৰী জীৱন বা বাৰ্ধক্যই সৃষ্টিশীলতাত বাধা হ'ব নোৱাৰে, তাৰেই জ্বলন্ত উদাহৰণ দেখুৱালে ঢকুৱাখনাৰ প্ৰবীণ শিক্ষাবিদ…
Translate »