Nvidia ৰ CEO Jensen Huang ৰ পদত্যাগ! Spy Scandal ত তচনচ AI ৰ দুনিয়া
৩৩ বছৰৰ সাম্ৰাজ্যৰ অন্ত!
AI ৰ দুনিয়াৰ আটাইতকৈ ডাঙৰ নাম, Nvidia ৰ Co-Founder আৰু CEO Jensen Huang এ ১২ নৱেম্বৰত হঠাৎ পদত্যাগ কৰিলে।
১৯৯৩ চনত কোম্পানীটো আৰম্ভ কৰাৰ পৰা আজিলৈকে তেওঁৱেই আছিল Nvidia ৰ মুখ। তেওঁৰ নেতৃত্বতেই Nvidia পৃথিৱীৰ আটাইতকৈ দামী কোম্পানী হৈ পৰিছিল।
কিয় পদত্যাগ কৰিলে?
১. চীনা গুপ্তচৰৰ সৈতে সম্পৰ্কৰ অভিযোগ:
আমেৰিকাৰ গোপন সংস্থাৰ মতে, ছিংগাপুৰৰ Megaspeed কোম্পানীৰ Executive Alice Huang চীনৰ গুপ্তচৰ। তেওঁৰ সৈতে Jensen Huang ৰ ঘনিষ্ঠ সম্পৰ্ক আছিল বুলি অভিযোগ। Alice এ Nvidia ৰ Chip চীনলৈ পঠোৱাত সহায় কৰাৰ অভিযোগো আছে।
২. দ্বিতীয় Affair:
New York Times ৰ ৰিপৰ্ট মতে, Jensen এ নিজৰ কোম্পানীৰে Vice President Kimberly Powell ৰ সৈতেও সম্পৰ্ক ৰাখিছিল।

দেওবাৰে Jensen এ নিজেই স্বীকাৰ কৰিছিল – “মই মোৰ পত্নীৰ প্ৰতি অবিশ্বাসী আছিলোঁ।”
এতিয়া Nvidia ৰ CEO কোন?
CFO Colette Kress ক অন্তৱৰ্তীকালীন CEO হিচাপে নিযুক্তি দিয়া হৈছে। Board এ নতুন স্থায়ী CEO বিচাৰি আছে।
Share Market ত ধ্বংস:
খবৰ ওলোৱাৰ লগে লগে Nvidia ৰ শ্বেয়াৰ ১৩% লৈকে পৰি গ’ল। সপ্তাহটোত প্ৰায় 450 Billion Dollar মানে ৪৫০০০ কোটি ডলাৰৰো বেছি মূল্য নাইকিয়া হ’ল।
Trump ৰ প্ৰতিক্ৰিয়া:
আমেৰিকাৰ ৰাষ্ট্ৰপতি Trump এ কৈছে – Apple ৰ CEO Tim Cook ক Nvidia ৰ CEO কৰিব লাগে।
চীনৰ ফালৰ পৰা এই অভিযোগ অস্বীকাৰ কৰা হৈছে।