Your Mic Your Voice

দীপাৱলীৰ দিনা বিষাক্ত ধোঁৱাৰে সাৰ পালে দিল্লীয়ে, AQI ৩৮৩

0

দীপাৱলীৰ পুৱাই দিল্লীৰ আকাশ ঢাকি পেলালে বিষাক্ত ধোঁৱাই। ৰাজধানী চহৰখনত বায়ুৰ গুণগত মান সূচকাংক (AQI) ৩৮৩ লৈ বৃদ্ধি পাইছে, যিটো ‘গুৰুতৰ’ (Severe) শ্ৰেণীৰ অতি ওচৰত।

unimex

ফটকা ফুটোৱা, যান-বাহনৰ ধোঁৱা আৰু ঠাণ্ডা বতৰৰ বাবে দিল্লীৰ বায়ু আৰু অধিক বিষাক্ত হৈ পৰিছে। চকু জ্বলা, উশাহ লোৱাত কষ্ট হোৱা আদি সমস্যাত ভুগিছে সাধাৰণ ৰাইজে।

চিকিৎসকে পৰামৰ্শ দিছে, প্ৰয়োজন নহ’লে ঘৰৰ পৰা নোলাবলৈ আৰু মাস্ক ব্যৱহাৰ কৰিবলৈ।

Leave A Reply

Your email address will not be published.

Translate »