Your Mic Your Voice

আজিৰ দিনটোৰ ৫ টা শীৰ্ষ বাতৰি

0

ৰাজ্যৰ চাৰিগৰাকীলৈ ৰাষ্ট্ৰীয় বস্ত্ৰতাঁত বঁটা
ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ হাতৰ পৰা বঁটা গ্ৰহণ কৰে বঁটাপ্ৰাপকে

অসুস্থ অভিনেতা তথা বিজেপি নেতা মিথুন চক্ৰৱৰ্তী
হাস্পতালত স্বাস্থ্যৰ বুজ ল’লে মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে

unimex

অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ এঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী
SNA SPARSHত বেতন প্ৰদানৰ নিৰ্দেশ বাতিলৰ দাবী প্ৰতিবাদকাৰীৰ

বিদ্যালয়ত বন্দুকধাৰীৰ অতৰ্কিত আক্ৰমণ
থাইলেণ্ডৰ এই ঘটনাত শিক্ষক-ছাত্ৰসহ প্ৰাণহানি ৮জনৰ

বানত মৃতকৰ সংখ্যা বৃদ্ধি ৯৭ জনলৈ
বৰ্তমানেও বিপদসীমাৰ ওপৰেৰে বৈ আছে ধনশিৰি নৈ

Leave A Reply

Your email address will not be published.

Translate »