Your Mic Your Voice

মাওবাদীৰ ঘাটি বস্তাৰত সেনাৰ সৈতে দীপাৱলী উদযাপন কৰিব মোদীয়ে

0

*মাওবাদীৰ ঘাটি বুলি জনাজাত বস্তাৰত সেনাৰ সৈতে দীপাৱলী উদযাপন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

unimex

এসময়ত যি বস্তাৰত মাওবাদীৰ ভয়ত মানুহে সন্ধিয়া ওলাবলৈও ভয় কৰিছিল, আজি সেই একে বস্তাৰতে পোহৰৰ উৎসৱ পালন কৰিবলৈ গৈ আছে প্ৰধানমন্ত্ৰীয়ে। দেশৰ বাবে দিনে-নিশাই পহৰা দি থকা জোৱান সকলৰ সৈতে একেলগে চাকি জ্বলাই, মিঠাই খাই দীপাৱলী উদযাপন কৰিব তেওঁ।

এয়া কেৱল এটা উৎসৱ নহয়, এয়া হৈছে ভয়ৰ ওপৰত পোহৰৰ জয়।

Leave A Reply

Your email address will not be published.

Translate »