বানত মৃতকৰ সংখ্যা বৃদ্ধি হ’লগৈ ৮০ জনলৈ; ঋণগ্ৰস্তলৈ সাময়িক সকাহ ৰাজ্য চৰকাৰৰ
ৰাজ্যত বান পৰিস্থিতি কিছু পৰিমাণে উন্নত হৈছে যদিও বন্যাৰ্তৰ দুখ-বেদনাৰ অন্ত পৰা নাই । চৰকাৰী তথ্য অনুসৰি শিৱসাগৰ,!-->…
ডুৰাণ্ড কাপ: অভিষেক মেচতে জয়ৰ সোৱাদ লাভ কৰিলে মণিপুৰৰ এফ চি ৰেংদাইে
মণিপুৰৰ এফ চি ৰেংদাই দলে ইতিহাস গঢ়ি চলিত ১৩৫ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবলৰ অভিষেক মেচতে জয়লাভ কৰিবলৈ!-->…
আজিৰ দিনটোৰ ৫ টা শীৰ্ষ বাতৰি
বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা বৃদ্ধি ৭৮ জনলৈএই সংখ্যা অধিক বৃদ্ধিৰ আশংকা
বুধবাৰে ৰাজ্য চৰকাৰে বানপীড়িত!-->!-->!-->…
ৰাজ্যৰ বানত মৃতকৰ সংখ্যা বৃদ্ধি হ’ল ৭৮ জনলৈ
যদিও ৰাজ্যৰ বিভিন্ন প্ৰান্তত বানৰ পানী কমিবলৈ আৰম্ভ কৰিছে, তথাপিও বানৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৭৮ জনলৈ বৃদ্ধি!-->…
আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ ঘোষণা অজিংক্য ৰাহানেৰ
ভাৰতীয় ক্ৰিকেটাৰ অজিংক্য ৰাহানে বৃহস্পতিবাৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰে । অৱসৰৰ কথা!-->…
কোকৰাঝাৰ আৰক্ষীয়ে জব্দ কৰিলে প্ৰায় ৫.৮ কোটি টকাৰ ড্ৰাগছ; X যোগে জনালে…
ড্ৰাগছ মুক্ত অসম গঢ়ি তুলিবলৈ অসম আৰক্ষী তথা অসম চৰকাৰে বৰ্তমানেও অব্যাহত ৰাখিছে অভিযান । অসম আৰক্ষীয়ে ৰাজ্যত!-->…
CWG ২০২৬: ১০ হাজাৰ মিটাৰ দৌৰত ৰূপৰ পদক লাভ কৰিলে গুলৱীৰে
চলিত এছিয়ান গেমছত ভাৰতে পুনৰ এটি ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয় । ভাৰতীয় খেলুৱৈ গুলৱীৰ সিঙে মঙলবাৰে কমনৱেলথ!-->…
আজিৰ দিনটোৰ শীৰ্ষ ৫ টা বাতৰি
লোকসভাত গৃহীত হ'ল প্ৰশ্নকাকত ফাদিল বিৰোধী বিধেয়কৰাজহুৱা পৰীক্ষা সংশোধনী বিধেয়ক ২০২৬ গৃহীত
উজনিৰ সংহাৰী বানত!-->!-->!-->…
অৱশেষত সদনত গৃহীত হ’ল প্ৰশ্নকাকত ফাদিল বিৰোধী বিধেয়ক ২০২৬
লোকসভাত গৃহীত হ'ল প্ৰশ্নকাকত ফাদিল বিৰোধী বিধেয়ক ২০২৬ । ইয়াৰ পিছতে বৃহস্পতিবাৰৰ পুৱা ১১ বজালৈ সদন স্থগিত ৰখা হয়!-->…
বানপীড়িত শিক্ষাৰ্থীৰ বাবে বিশেষ ঘোষণা ৰাজ্য চৰকাৰৰ
ৰাজ্যৰ শেহতীয়া বানৰ ফলত বন্যাৰ্তৰ মাজত আলৈ-আহুকালৰ সীমা নাইকিয়া হৈ পৰিছে । ঘৰ-দুৱাৰৰ লগতে এই বানে নিশ্চিহ্ন কৰি!-->…