Your Mic Your Voice

আজিৰ দিনটোৰ 5 টা শীৰ্ষ বাতৰি

0

মুষলধাৰ বৰষুণৰ ফলত মহানগৰীত কৃত্ৰিম বানৰ বিভীষিকা
হাতীগাঁও, সিজুবাৰী, মালিগাঁওকে ধৰি বিস্তীৰ্ণ এলেকা প্লাবিত

ৰহস্যজনক অৱস্থাত নিজ কাৰ্যালয়তে মৃত অৱস্থাত উদ্ধাৰ আৰক্ষী সঞ্চালক প্ৰধানৰ মৃতদেহ
৬০ বছৰ বয়সত মৃত্যু আৰক্ষী সঞ্চালক প্ৰধান অনুৰাগ ধনকাৰৰ

ভূমিস্খলনৰ ফলত একেটা পৰিয়ালৰে মৃত্যু ৪ জনৰ
মালিগাঁৱত সংঘটিত হৈছে এই কৰুণ ঘটনাটোৰ

unimex

দিল্লীৰ যন্তৰ-মন্তৰত উত্তপ্ত পৰিস্থিতি
বেৰিকেড ভাঙি ৰাজপথ অভিমুখে প্ৰতিবাদকাৰী

অনিৰ্দিষ্টকাললৈ বন্ধ মাজুলী-নিমাতী ফেৰী সেৱা
ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ বৃদ্ধি পোৱালৈ লক্ষ্য ৰাখি এই সিদ্ধান্ত বিভাগৰ

Leave A Reply

Your email address will not be published.

Translate »