Browsing Category
দেশ – বিদেশ
লালকিল্লাৰ পৰা দেশবাসীলৈ বিশেষ আহ্বান মোডীৰ: শক্তি সুৰক্ষা আৰু আত্মনিৰ্ভৰতাৰ ওপৰত…
আজি সমগ্ৰ দেশে পালন কৰিছে ৮০ সংখ্যক স্বাধীনতা দিৱস। ইংৰাজৰ শাসনৰ পৰা মুক্ত হৈ ভাৰতে ১৯৪৭ চনৰ আজিৰ দিনটোৰ পৰাই লাভ!-->…
ঐতিহাসিক মুহূৰ্ত: লাল কিল্লাত প্ৰথমবাৰৰ বাবে “বন্দে মাতৰম”
দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত লাল কিল্লাত অনুষ্ঠিত ৰাষ্ট্ৰীয়!-->…
ভাষাৰ জ্ঞান নহ’লে চলাব নোৱাৰিব অলা-উবেৰ; জাৰি হ’ল বিশেষ নিৰ্দেশনা
মাৰাঠীসকলৰ ভাষাপ্ৰেম তথা জাতীয়তাবাদ অনন্য । নিজৰ ভাষা-সংস্কৃতিক লৈ সদা সচেতন মাৰাঠীসকলে সময়ে সময়ে নিজৰ ৰাজ্যখনত!-->…
লোকপিয়ল ২০২৭: জাতিকে ধৰি সোধা হ’ব মুঠ ৪০ টা প্ৰশ্ন
শুকুৰবাৰে চৰকাৰে ১৭ আগষ্টৰ পৰা লাডাখ আৰু জম্মু-কাশ্মীৰ, হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ডৰ বৰফেৰে আবদ্ধ অঞ্চলত আৰম্ভ!-->…
ট্ৰাম্পক লৈ ইৰাণৰ বিদ্ৰুপ; ইৰাণৰ ভয়তেই বিমান সলনিৰ মিম ভাইৰেল সামাজিক মাধ্যমত
এতিয়াও মাৰ যোৱা নাই ইৰাণ-আমেৰিকাৰ বিবাদৰ । শেহতীয়াকৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পক লৈ ইৰাণে কৰা এক মন্তব্যই!-->…
সুৰংগ খহি মৃত্যু ৭ জনৰ; আঘাতপ্ৰাপ্ত ১৩ শ্ৰমিক
শুকুৰবাৰে এক মৰ্মান্তিক ঘটনা সংঘটিত হয় উত্তৰাখণ্ডৰ চামোলীত । অঞ্চলটোৰ পিপালকোটিত নিৰ্মাণৰত তেহৰী হাইড্ৰ’!-->…
এতিয়াৰে পৰা পাইলটৰ বাবে বাধ্যতামূলক নিচাজাতীয় সামগ্ৰীৰ পৰীক্ষা
ধাৰাবাহিকভাৱে কেবাটাও বিমান দুৰ্ঘটনা অথবা বিসংগতি দেখা দিয়াৰ পাচত পাইলটৰ ক্ষেত্ৰত কঠোৰ সিদ্ধান্ত লৈছে এয়াৰ!-->…
নিউয়ৰ্ক-নিউ জাৰ্চিত ভাৰতীয়ৰ দপদপনি; ১৫ আগষ্টত ‘ভাৰত দিৱস’ পালনৰ বাবে আনুষ্ঠানিক…
২০২৬ বৰ্ষত দেশে উদযাপন কৰিব দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱস । দিনটো উদযাপনৰ পূৰ্বে আমেৰিকাৰ চাৰিখন ৰাজ্যই!-->…
অসম-অৰুণাচল সীমান্তত গুলীয়াগুলিৰ ঘটনা: উচিত তদন্তৰ আশ্বাস মুখ্যমন্ত্ৰী পেমা…
অসম-অৰুণাচল সীমান্তত সংঘটিত গুলীচালনাৰ ঘটনাৰ সৈতে জড়িত থকাসকলৰ কঠোৰ ব্যৱস্থা গ্ৰহণৰ প্ৰতিশ্ৰুতি দিছে অৰুণাচলৰ!-->…
মণিপুৰত সশস্ত্ৰ সংগঠনৰ বিৰুদ্ধে অভিযান: ৮৫% অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ
৫ ফেব্ৰুৱাৰীৰ পৰা ১১ আগষ্টৰ ভিতৰত অস্ত্ৰ-শস্ত্ৰ, গোলাবাৰুদ আৰু বিস্ফোৰক সামগ্ৰীৰ বিশাল ভাণ্ডাৰ উদ্ধাৰ কৰি মণিপুৰত!-->…