Your Mic Your Voice

বিমান যাত্ৰীৰ সংখ্যাত ডাঙৰ হ্ৰাস, এপ্ৰিল-ছেপ্টেম্বৰত ২.৯% কমিল যাত্ৰী

0

দেশৰ বিমান সেৱাত ডাঙৰ মন্দাৱস্থা দেখা গৈছে। এপ্ৰিলৰ পৰা ছেপ্টেম্বৰলৈ বিমান যাত্ৰীৰ সংখ্যা ২.৯ শতাংশ হ্ৰাস পাইছে। ইয়াৰ ভিতৰত ঘৰুৱা যাত্ৰী ১.৯% আৰু আন্তঃৰাষ্ট্ৰীয় যাত্ৰী ৭.১% কমিছে।

পশ্চিম এছিয়াত চলি থকা সংঘৰ্ষ, বিমান ইন্ধনৰ দাম বৃদ্ধি আৰু ভাড়া বৃদ্ধিয়েই ইয়াৰ মূল কাৰণ। অক্টোবৰত বিমান ভাড়া যোৱা বছৰতকৈ ৪৩% বেছি আছিল।

unimex

ছেপ্টেম্বৰত পৰিস্থিতি আৰু বেয়া হয়। সেই মাহত ঘৰুৱা যাত্ৰী ৬.৪৯% কমি ১.১৮ কোটিলৈ নামিছে।

সকলো বিমানবন্দৰতে যাত্ৰী কমাৰ মাজতো কেৱল দিল্লী আৰু বিজয়ৱাড়া বিমানবন্দৰতহে আন্তঃৰাষ্ট্ৰীয় যাত্ৰী বাঢ়িছে।

Leave A Reply

Your email address will not be published.

Translate »