আজিৰ দিনটোৰ ৫ টা শীৰ্ষ বাতৰি
বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা বৃদ্ধি ৭৮ জনলৈএই সংখ্যা অধিক বৃদ্ধিৰ আশংকা
বুধবাৰে ৰাজ্য চৰকাৰে বানপীড়িত!-->!-->!-->…
ৰাজ্যৰ বানত মৃতকৰ সংখ্যা বৃদ্ধি হ’ল ৭৮ জনলৈ
যদিও ৰাজ্যৰ বিভিন্ন প্ৰান্তত বানৰ পানী কমিবলৈ আৰম্ভ কৰিছে, তথাপিও বানৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৭৮ জনলৈ বৃদ্ধি!-->…
আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ ঘোষণা অজিংক্য ৰাহানেৰ
ভাৰতীয় ক্ৰিকেটাৰ অজিংক্য ৰাহানে বৃহস্পতিবাৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰে । অৱসৰৰ কথা!-->…
কোকৰাঝাৰ আৰক্ষীয়ে জব্দ কৰিলে প্ৰায় ৫.৮ কোটি টকাৰ ড্ৰাগছ; X যোগে জনালে…
ড্ৰাগছ মুক্ত অসম গঢ়ি তুলিবলৈ অসম আৰক্ষী তথা অসম চৰকাৰে বৰ্তমানেও অব্যাহত ৰাখিছে অভিযান । অসম আৰক্ষীয়ে ৰাজ্যত!-->…
CWG ২০২৬: ১০ হাজাৰ মিটাৰ দৌৰত ৰূপৰ পদক লাভ কৰিলে গুলৱীৰে
চলিত এছিয়ান গেমছত ভাৰতে পুনৰ এটি ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয় । ভাৰতীয় খেলুৱৈ গুলৱীৰ সিঙে মঙলবাৰে কমনৱেলথ!-->…
আজিৰ দিনটোৰ শীৰ্ষ ৫ টা বাতৰি
লোকসভাত গৃহীত হ'ল প্ৰশ্নকাকত ফাদিল বিৰোধী বিধেয়কৰাজহুৱা পৰীক্ষা সংশোধনী বিধেয়ক ২০২৬ গৃহীত
উজনিৰ সংহাৰী বানত!-->!-->!-->…
অৱশেষত সদনত গৃহীত হ’ল প্ৰশ্নকাকত ফাদিল বিৰোধী বিধেয়ক ২০২৬
লোকসভাত গৃহীত হ'ল প্ৰশ্নকাকত ফাদিল বিৰোধী বিধেয়ক ২০২৬ । ইয়াৰ পিছতে বৃহস্পতিবাৰৰ পুৱা ১১ বজালৈ সদন স্থগিত ৰখা হয়!-->…
বানপীড়িত শিক্ষাৰ্থীৰ বাবে বিশেষ ঘোষণা ৰাজ্য চৰকাৰৰ
ৰাজ্যৰ শেহতীয়া বানৰ ফলত বন্যাৰ্তৰ মাজত আলৈ-আহুকালৰ সীমা নাইকিয়া হৈ পৰিছে । ঘৰ-দুৱাৰৰ লগতে এই বানে নিশ্চিহ্ন কৰি!-->…
কাছাৰৰ ঘটনা সন্দৰ্ভত নিজাববীয়াকৈ গোচৰ ৰুজু কৰিলে ৰাষ্ট্ৰীয় মানৱাধিকাৰ আয়োগে
কাছাৰ জিলাৰ উধাৰবন্দ বিধানসভা সমষ্টিৰ পানগ্রামত দেওবাৰে সংঘটিত হৈছিল এটি ভয়ংকৰ বিস্ফোৰণৰ ঘটনা । জিলাখনৰ কেডি ৰড!-->…
ৰাজ্যৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা বৃদ্ধি ৭৫ জনলৈ
অসমৰ শেহতীয়া প্ৰলয়ংকৰী বানৰ ফলত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে ৭৫ জনলৈ । অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা!-->…