আজিৰ দিনটোৰ ৫ টা শীৰ্ষ বাতৰি

তীব্ৰ বিক্ষোভৰ সন্মুখীন তৃণমূল কংগ্ৰেছ নেত্ৰী মমতা বেনাৰ্জী
উত্তৰ ২৪ পৰগনাৰ হালিচহৰত সংঘটিত হৈছে এই অপ্ৰীতিকৰ পৰিস্থিতিৰ

কোৰিয়া মাষ্টাৰ্ছৰ খিতাপ জিনিলে অসমৰ অস্মিতা চলিহাই
BWFৰ খিতাপ জিনা প্ৰথমগৰাকী অসমীয়াৰ খিতাপ আৰ্জিলে অস্মিতাই

মহানগৰীত পুনৰ ভূমিস্খলনৰ ঘটনা
গীতানগৰৰ ঔতলৰ অনুপম পথত সংঘটিত হৈছে ভূমিস্খলনৰ ঘটনা

15 আগষ্টলৈ বন্ধ থাকিব যোৰহাট জিলাৰ শিক্ষানুষ্ঠানসমূহ
বান পৰিস্থিতিলৈ লক্ষ্য ৰাখি এই সিদ্ধান্ত জিলা প্ৰশাসনৰ

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি
শনি-দেওবাৰে দুটাকৈ ভূমিকম্পই জোকাৰি গ’ল মহাৰাষ্ট্ৰৰ নাছিকক

Comments (0)
Add Comment