আজিৰ দিনটোৰ শীৰ্ষ ৫ টা বাতৰি

লোকসভাত গৃহীত হ’ল প্ৰশ্নকাকত ফাদিল বিৰোধী বিধেয়ক
ৰাজহুৱা পৰীক্ষা সংশোধনী বিধেয়ক ২০২৬ গৃহীত

উজনিৰ সংহাৰী বানত প্ৰাণ হেৰুৱালে ৭৫জনে
ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ প্ৰতিবেদনত উল্লেখ এই তথ্য

বানপীড়িতক লৈ গুৰুত্বপূৰ্ণ ঘোষণা চৰকাৰৰ
বানত মৃত্যু হোৱা ব্যক্তিৰ পৰিয়াললৈ আৰ্থিক সাহায্য প্ৰদানৰ সিদ্ধান্ত

বানপীড়িতক সকাহ প্ৰদান চৰকাৰৰ
বানপীড়িত ৪ জিলাত বৃদ্ধি পাব অৰুণোদয়ৰ ধন

বানাক্ৰান্ত শিক্ষাৰ্থীৰ বাবে ৰাজ্য চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত
বিনামূলীয়াকৈ লাভ কৰিব হেৰোৱা এডমিট-মাৰ্কশ্বীট

Comments (0)
Add Comment