ৰাজ্যত আজিৰে পৰা আৰম্ভ স্ব-গণনা প্ৰক্ৰিয়া
এই প্ৰক্ৰিয়াৰ পৰা বাদ দিয়া হৈছে চৰাইদেউ, শিৱসাগৰ জিলা
পেৰুত দুৰ্ঘটনাগ্ৰস্ত হ’ল পৰ্যটক কঢ়িওৱা এখন বিমান
থিতাতে নিহত ক্ৰুসহ 13 জন
মুখ্যমন্ত্ৰীয়ে পৰিদৰ্শন কৰে উজনিৰ বানপীড়িত অঞ্চল
ব্ৰহ্মপুত্ৰৰ খহনীয়া পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে
কমনৱেলথ গেমছত ৰূপৰ পদক অৰ্জন লাভলিনা বৰগোঁহাইৰ
বানত প্ৰাণ হেৰুওৱা সকললৈ উৰ্চগা কৰিলে পদক
অসমৰ বানাক্ৰান্তলৈ আম্বানী পৰিয়ালৰ সহায়ৰ হাত
মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ প্ৰদান ২১ কোটি টকা