আজিৰ দিনটোৰ ৫ টা শীৰ্ষ বাতৰি

৭.৪ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰিলে পশ্চিম কলম্বিয়া
প্ৰাণহানিৰ লগতে দেশখনত বিস্তৰ ক্ষয়-ক্ষতি সাধন

ব্যক্তিগত সংবাদ প্ৰতিষ্ঠানৰ ভিডিঅ’ জাৰ্নেলিষ্টৰ অকাল মৃত্যু
সাংবাদিকজনৰ নাম দীপু চৌধুৰী

স্বাধীনতা দিৱসৰ পূৰ্বে দিল্লীত হাই এলাৰ্ট জাৰি
ৰাজহুৱা স্থানত ১৯ ‘মষ্ট ৱাণ্টেড’ সন্ত্ৰাসবাদীৰ পোষ্টাৰ

Zoo Road ত চাঞ্চল্যকৰ ঘটনা
উৰণ সেতুৰ পৰা তললৈ পৰিল এজন লোক

ৰাজ্যত অব্যাহত বানৰ প্ৰাদুৰ্ভাৱ
চলিত বানত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি ১০১ জনলৈ

Comments (0)
Add Comment