আজিৰ দিনটোৰ ৫ টা শীৰ্ষ বাতৰি

দিল্লী সদৃশ পৰিস্থিতি ঝাৰখণ্ডত
প্ৰতিবাদকাৰীক লাঠী চালনা, জল কেনন নিক্ষেপ প্ৰশাসনৰ

CJP ৰ প্ৰতিবাদৰ সময়ত প্ৰশাসনৰ লাঠীচালনা
সংসদত বিৰোধীৰ প্ৰশ্নৰ উত্তৰ দিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে

উত্তপ্ত অসম-অৰুণাচল সীমান্ত
অৰুণাচলীৰ গুলীত আহত ৮ জনকৈ লোকৰ

উজনিৰ বানত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি ১০০ জনলৈ
বৰ্তমানেও সহস্ৰাধিক আৱদ্ধ আশ্ৰয় শিবিৰত

ৰাজ্যত আৰম্ভ সুলভ মূল্যত চেনী আৰু দাইল প্ৰদান আঁচনিৰ
মুখ্যমন্ত্ৰীয়ে শুভাৰম্ভ কৰিলে এই কাৰ্যসূচীৰ

Comments (0)
Add Comment