Your Mic Your Voice

উজনিৰ বানত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি ১০০ জনলৈ; বৰ্তমানেও সহস্ৰাধিক আৱদ্ধ…

পানী কমিলেও ৰাজ্যৰ শেহতীয়া বানৰ প্ৰাৰ্দুভাৱৰ পৰা মুক্ত হ'ব পৰা নাই ৰাজ্যবাসী । নিতৌ এটি-দুটিকৈ মৃতদেহ উদ্ধাৰ হৈয়ে…

ভাৰতীয় ক্ৰিকেটাৰৰ প্ৰশংসাত পঞ্চমুখ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ

বৰ্তমান ভাৰতীয় ক্ৰিকেট দলৰ এটা বহুল চৰ্চিত নাম বৈভৱ সূৰ্যবংশী । কম বয়সীয়া সত্বেও বৈভৱৰ প্ৰতিভাৰ বাবে সঘনে সংবাদ…

বন্যাৰ্তলৈ আশাৰ বতৰা; আজিৰ পৰা আৰম্ভ হৈছে বানত ক্ষতিগ্ৰস্তৰ জৰীপ

উজনি অসমত প্ৰলয়ংকাৰী বানে বিভীষিকাময় পৰিস্থিতিৰ সৃষ্টি কৰাৰ পিছতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা…

বাটুমি অ’পেন ইণ্টাৰনেচনেল ৱুছু চেম্পিয়নশ্বিপ ২০২৬ ত ৰূপৰ পদক লাভ দীক্ষা তিৱাৰীক

‘বাটুমি অ’পেন ইণ্টাৰনেচনেল ৱুছু চেম্পিয়নশ্বিপ ২০২৬’ত ভাৰতৰ হৈ ৰূপৰ পদক অৰ্জন কৰি দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে অসমৰ…

প্ৰাক্তন মুখ্যমন্ত্ৰীক লক্ষ্য কৰি ইটা-শিল-জোতা দলিয়ালে বিক্ষোভকাৰীয়ে

তীব্ৰ বিক্ষোভৰ সন্মুখীন হৈছে পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী । উত্থাপিত অভিযোগ অনুসৰি পশ্চিম বংগৰ…

অসমৰ বন্যাৰ্তক ঘৰ নিৰ্মাণ কৰি দিব বলিউডৰ ভাইজান আৰু ৰণদীপ হুদাই

শেহতীয়াকৈ ৰাজ্যত বানে সৃষ্টি কৰিছিল অভাৱনীয় পৰিস্থিতিৰ । উজনিৰ ৪ খনকৈ জিলা বানৰ সংহাৰী ৰূপৰ ফলত সম্পূৰ্ণৰূপে…

কোন হ’ব ৰাম মন্দিৰৰ পৰৱৰ্তী CEO ? আৰম্ভ হৈছে নিযুক্তি প্ৰক্ৰিয়া

শেহতীয়াকৈ অযোধ্যাৰ ৰাম মন্দিৰৰ দানপাত্ৰৰ ধন চুৰিৰ ঘটনাই সমগ্ৰ দেশতে তোলপাৰ লগোৱাৰ পিছতেই আৰম্ভ হৈছে ৰাম মন্দিৰ…

কেৰালাত নাও দুৰ্ঘটনা: তিনিজন মাছমৰীয়াৰ সন্ধানত অভিযান আৰম্ভ ভাৰতীয় নৌসেনাৰ

তিৰুৱনন্তপুৰম, ভাৰতীয় নৌসেনাই দেওবাৰে কোল্লাম আৰু তিৰুৱনন্তপুৰম জিলাত পৃথক পৃথক নাও দুৰ্ঘটনাৰ পিছত নিৰুদ্দেশ হোৱা…

পুনৰ জলমগ্ন গুৱাহাটী; দেওবাৰৰ পুৱাৰে পৰা দুৰ্ভোগ ভুগিছে মহানাগৰিকে

পুনৰ কৃত্ৰিম বানৰ কৱলত মহানাগৰিক । শনিবাৰৰ নিশাৰ ভাগত অহা এজাক বৰষুণৰ পাচতেই প্লাবিত হৈ পৰিছে মহানগৰীৰ বিস্তীৰ্ণ…
Translate »