Your Mic Your Voice

১৬ ফেব্ৰুৱাৰীৰ পৰা CBSE ব’ৰ্ড পৰীক্ষা

0

ওলাল CBSE ৰ ৰুটিন, ১৬ ফেব্ৰুৱাৰীৰ পৰা দশম-দ্বাদশৰ পৰীক্ষা

CBSE এ ২০২৭ বৰ্ষৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ ব’ৰ্ড পৰীক্ষাৰ সময়সূচী ঘোষণা কৰিছে।

৬ নৱেম্বৰত প্ৰকাশিত ৰুটিন অনুসৰি দুয়োটা শ্ৰেণীৰ পৰীক্ষা ১৬ ফেব্ৰুৱাৰী, ২০২৭ ৰ পৰা আৰম্ভ হ’ব। সকলো পৰীক্ষা পুৱা ১০:৩০ বজাৰ পৰা আৰম্ভ হ’ব।

unimex

দশমৰ পৰীক্ষা ৯ মাৰ্চত শেষ হ’ব আৰু দ্বাদশৰ পৰীক্ষা ৯ এপ্ৰিলত শেষ হ’ব।

দশমৰ প্ৰথম পৰীক্ষা পেইন্টিং, ১৭ ফেব্ৰুৱাৰীত গণিত, ২২ ফেব্ৰুৱাৰীত বিজ্ঞান, ২৬ ফেব্ৰুৱাৰীত ইংৰাজী।

দ্বাদশৰ প্ৰথম পৰীক্ষা পদাৰ্থ বিজ্ঞান (Physics), ২৩ ফেব্ৰুৱাৰীত একাউণ্টেন্সি, ২৭ ফেব্ৰুৱাৰীত ৰসায়ন বিজ্ঞান, ৫ মাৰ্চত ইংৰাজী, ৯ মাৰ্চত গণিত।

Leave A Reply

Your email address will not be published.

Translate »