Your Mic Your Voice

পুনৰ গ্ৰেপ্তাৰ ঘনকান্ত গগৈ! এইবাৰ কি অভিযোগত জেললৈ?

0

গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত পুনৰ গ্ৰেপ্তাৰ ঘনকান্ত গগৈক।

unimex

শিৱসাগৰত ৰুজু হোৱা এটা গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছে ঘনকান্ত গগৈক। জানিব পৰা মতে, ২০২৪ চনতে শিৱসাগৰ থানাত ৰুজু হৈছিল গোচৰটো। সেই গোচৰৰ সন্দৰ্ভতে শিৱসাগৰ আৰক্ষীয়ে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত গৈ পুনৰ গ্ৰেপ্তাৰ কৰে ।

উল্লেখ্য যে, ইয়াৰ পূৰ্বেও একাধিক গোচৰত গ্ৰেপ্তাৰ হৈছিল ঘনকান্ত গগৈ।

Leave A Reply

Your email address will not be published.

Translate »