Your Mic Your Voice

বিশ্বনাথৰ পাভৈত পাভৈ চেম্পিয়ন ট্ৰফী ২০২৬ ফুটবল প্ৰতিযোগিতা

0

বিশ্বনাথত পাভৈ যুৱক সংঘ আৰু আৰু স্থানীয় শ্ৰমিক ৰাইজৰ সহযোগত আয়োজিত হৈ আছে পাভৈ চেম্পিয়ন ট্ৰফী । এই প্ৰতিযোগিতাত সৰ্ব মুঠ আঠটা দলে অংশগ্ৰহণ কৰে ।

এই ফুটবল প্ৰতিযোগিতাত ছেমিফাইনেল খেলখন লখিমপুৰ একাদশ আৰু বিশ্বনাথ পঞ্চম অসম কামাণ্ডো বেটেলিয়ান একাদশৰ মাজত অনুষ্ঠিত হয় ।

unimex

আজি ফাইনেল খেলখন অনুষ্ঠিত হব বুলি আয়োজক সমিতিয়ে জানিবলৈ দিয়ে । বিজয়ী দল আৰু শ্ৰেষ্ঠ খেলুৱৈ সকলক আকৰ্ষণীয় পুৰস্কাৰ আৰু ট্ৰফীৰে সন্মানিত কৰিব আয়োজক সমিতিয়ে ।

ছেমি ফাইনেলৰ আকৰ্ষনীয় খেলখনত ৩\১ গলৰ ব্যৱধানত পৰাস্ত কৰে লক্ষীমপুৰ একাদশক ।

Leave A Reply

Your email address will not be published.

Translate »