Your Mic Your Voice

৮০ সংখ্যক স্বাধীনতা দিৱস: কোন মন্ত্ৰীয়ে ক’ত কৰিব পতাকা উত্তোলন

0

কাইলৈ সমগ্ৰ দেশে পালন কৰিব ৮০ সংখ্যক স্বাধীনতা দিৱস । অসমতো উলহ-মালহেৰে পালন কৰা হ’ব এই দিৱসটি । মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই খানাপাৰাত পতাকা উত্তোলন কৰাৰ বিপৰীতে বাকী কেবিনেট মন্ত্ৰীসকলে ভিন্ন জিলাত আয়োজিত বিভিন্ন অনুষ্ঠানত পতাকা উত্তোলন কৰিব । কাইলৈ কোন মন্ত্ৰীয়ে ক’ত পতাকা উত্তোলন কৰিব জানো আহক —  

unimex

তিনিচুকীয়া — ৰামেশ্বৰ তেলী
যোৰহাট — অতুল বৰা
বৰপেটা — চৰণ বড়ো
গোলাঘাট — অজন্তা নেওগ
বঙাইগাঁও — অশ্বিনী ৰায় সৰকাৰ
দৰং — অশোক সিংহল
শিৱসাগৰ — বিমল বড়া
শোণিতপুৰ — বিশ্বজিত দৈমাৰী
নলবাৰী — জয়ন্ত মল্লবৰুৱা
শিলচৰ — কৌশিক ৰায়
লখিমপুৰ — কেশৱ মহন্ত
শ্ৰীভূমি — কৃষ্ণেন্দু পাল
গোৱালপাৰা — নিলীমা দেৱী
নগাঁও — পীযুষ হাজৰীকা
ধেমাজি — ডাঃ ৰণোজ পেগু
ডিব্ৰুগড় — সুশান্ত বৰগোঁহাই
কোকৰাঝাৰ — হাগ্ৰামা মহিলাৰী
ডিফু — তুলিৰাম ৰংহাং
হাফলং — দেৱলাল গাৰ্লোচা
পশ্চিম কাৰ্বি আংলং — ডাঃ হাবে টেৰণ
কাজলগাঁও — জেমছ বসুমতাৰী
মুছলপুৰ — অগষ্টাছ টিগ্গা
তামুলপুৰ — মহেশ্বৰ বসুমতাৰী
ওদালগুৰি — ৰিহন দৈমাৰী

Leave A Reply

Your email address will not be published.

Translate »