Your Mic Your Voice

আজিৰ দিনটোৰ ৫ টা শীৰ্ষ বাতৰি

0

৪ জিলাৰ বানপীড়িতলৈ সাময়িক সকাহ
৬ মাহলৈ পৰিশোধ কৰিব নালাগে EMIবা ঋণৰ কিস্তি

কাইলৈ ৰাজ্যৰ হিতাধিকাৰীয়ে লাভ কৰিব অৰুণোদয়ৰ ধন
বানাক্ৰান্ত এলেকাৰ মহিলাই লাভ কৰিব ২৫০০ টকা

unimex

বানত মৃতকৰ সংখ্যা বৃদ্ধি হৈ হ’লগৈ ৮০ জন
বৰ্তমানেও ২,১২,৪৪১ গৰাকী লোক বানৰ কবলত

দীৰ্ঘদিনীয়া নিৰ্বাসনৰ অন্তত ভাৰতলৈ লেখিকা তছলিমা নাছৰীন
সাহিত্যানুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ ভাৰতলৈ আহিছে লেখিকাগৰাকী

অসমৰ বানপীড়িতক অভিনেতা কাৰ্তিক আৰিয়ানৰ সহায়ৰ হাত
মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ প্ৰদান কৰিলে ১ কোটি টকা

Leave A Reply

Your email address will not be published.

Translate »