Your Mic Your Voice

দিল্লী আৰু বাংগালুৰুত হোমৱৰ্ক

0

অসমীয়া চলচ্চিত্ৰৰ বাবে সু- খবৰ। নতুন অসমীয়া ছবি হোমৱৰ্ক এতিয়া দিল্লী আৰু বাংগালুৰুতো মুক্তি দিয়া হৈছে বুলি জানিব পৰা গৈছে ।

অচিন্ত্য শংকৰ পৰিচালিত এই ছবিখন দিল্লীৰ PVR Promenade Vasant Kunjত আৰু বাংগালুৰুত PVR Market Cityত দৰ্শকে ছবিখন উপভোগ কৰিব পাৰিব।

unimex

হোমৱৰ্কৰযোগেদি দীৰ্ঘদিনৰ মূৰত ৰূপালী পৰ্দাত দেখা গৈছে মোহময়ী অভিনেত্ৰী গায়ত্ৰী মহন্তক। ছবিখনত অভিনয় কৰিছে ৰিম্পী দাস, দেৱজিত মজুমদাৰ, শিশু শিল্পী জীউকে ধৰি ভালেকেইগৰাকী ন-পুৰণি অভিনেতাই।

Leave A Reply

Your email address will not be published.

Translate »