আজিৰ দিনটোৰ ৫ টা শীৰ্ষ বাতৰি
বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা বৃদ্ধি ৭৮ জনলৈ
এই সংখ্যা অধিক বৃদ্ধিৰ আশংকা
বুধবাৰে ৰাজ্য চৰকাৰে বানপীড়িত শিক্ষাৰ্থীলৈ প্ৰেৰণ কৰে পাঠ্যপুথি
৯ লাখ পাঠ্যপুথি প্ৰেৰণ কৰে বানপীড়িত শিক্ষাৰ্থীলৈ

সাহায্যৰ সৈতে বুধবাৰে অসমত উপস্থিত হুছেইন মনছুৰী
শৈক্ষিক-খাদ্য সামগ্ৰী মনছুৰীয়ে বিতৰণ কৰে বন্যাৰ্তৰ মাজত
গুৱাহাটীৰ বেতকুছিত ভয়ংকৰ পথ দুৰ্ঘটনা
চালকসহ হেন্দিমেন নিহত
আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ
সামাজিক মাধ্যমত এক ভিডিঅ’যোগে এই ঘোষণা ৰাহানেৰ